https://www.cowin.gov.in/home
ক`ভিড -19 যুদ্ধখনত Drugs Controller General of India (DCGI)য়ে Zydus Cadila ৰ Virafin নামৰ আন এক নতুন জীৱনদায়নি ভেকচিন বিধক ভাৰতৰ ৰোগী সকলক দিবলৈ অনুমতি প্ৰদান কৰিলে ! এইটো এটা ৰাছিয়ান দেশৰ কমম্পেনি হয়! বৰ্তমান ভাৰতত Sputntik V, Covishied, Covaxin নামৰ ভেকচিন কেইবিধ প্ৰদান কৰা হৈ আছে !ইয়াৰে কেইবাটাও ভেকচিন ইতিমধ্য ভেকচিন ৬০ বছৰৰ ব্যক্তিসকলক প্ৰদান কৰি আছে ! অহা ২৮ এপ্ৰিলৰ পৰা ১৮ বছৰ ওপৰৰ লোকসকলে ভেকচিন পাবলৈ https://www.cowin.gov.in/home লিংকত গৈ নাম পঞ্জীয়ন কৰিব লাগিব ! অথবা আৰোগ্য সেতুত গৈ নাম পঞ্জীয়ন কৰিব পাৰিব ! Zydus Cadilaৰ সূত্ৰ অনুসৰি Virafin নামৰ ভেকচিন বিধে পৰীক্ষাগাৰত ৯১% ৰোগী সুস্হ হোৱা প্ৰমাণ পোৱা গৈছে, Zee news ৰ DNA বাতৰিত প্ৰকাশ কৰা অনুসৰি Virafin ভেকচিন বিধে ৯১.৭০% সাত দিনৰ ভিতৰত ৰোগীক আৰোগ্য হৱ বুলি প্ৰকাশ কৰিছে !

o
https://www.cowin.gov.in/home During the Covid-19 war, the Drugs Controller General of India (DCGI) gave permission to Zydus Cadila's Virafin, another new life-saving vaccine, to be given in India This is a Russian country company! Spuntik V, Covishied, Covaxin are some of the vaccines currently being offered in India! From April 26, people above 18 years of age need to register at https://www.cowin.gov.in/home to get the vaccine! Or you can go to the health bridge and register! According to Zydus Cadila's formula, 91% of patients have been cured by the Virafin vaccine. https://www.cowin.gov.in/home
कोविद -19 युद्ध के दौरान, ड्रग्स कंट्रोलर जनरल ऑफ इंडिया (DCGI) ने भारत में दी जाने वाली एक और नई जीवन रक्षक वैक्सीन कैडिला विराफिन को दी यह एक रूसी देश की कंपनी है! Spuntik V, Covishied, Covaxin के टीके अब भारत में उपलब्ध हैं! इनमें से कुछ टीके पहले ही 60 वर्ष से अधिक उम्र के लोगों को दिए जा चुके हैं! 26 अप्रैल से, 18 वर्ष से अधिक आयु के लोगों को वैक्सीन प्राप्त करने के लिए https://www.cowin.gov.in/home पर पंजीकरण करना होगा! या आप स्वास्थ्य पुल पर जा सकते हैं और पंजीकरण कर सकते हैं! ज़ाइडस कैडिला के अनुसार, 91% रोगियों को विरफिन नामक एक टीका लगाया गया है।
0 टिप्पणियाँ